Løg Dìpãñkår X
@snipar12
201
friends
জোনাকী তুমি ইমান উতলুৱা একে ঠাইতে কিয় বাৰু নৰোৱা, পচোৱাৰ লগত মিলিব খোজা ক’ই দুয়ো-দুয়োৰে মনৰ বতৰা, আকাশত জিলিকা তৰাৰ দৰে তুমিয়ো জিলিকিব খোজা বিৰিখৰ পাতে পাতে...... দিনৰ দিনটো থকা দুবৰিত বাগৰি গধূলী হ’লেই অহা পথাৰ উপচি তোমাক দেখিলেই মোৰ উভতি আহে ল’ৰালি, তোমাৰ লগত থকা উমলি-জামলি । কোৱাচোন বাৰু আজিওঁ উমলিবানে হাতে হাত ধৰি তোমালৈ ৰৈ আছো মই নিশব্দে, নিৰৱে.........