⏤͟͟͞⑅✮͢𝄟✮⃝বেজবৰুৱা𝄟✮͢ ❸
@shikia
964
friends
🌸প্ৰেমৰ দিৱস🌸 আছে জানো সঁচাকৈ কিবা এনে প্ৰেমৰ দিৱস?💞🫂তুমি মোক, মই তোমাক ভালপাবলৈ হ'য় জানো সঁচাকৈয়ে কিবা দিৱসৰ প্ৰয়োজন?🤗 মই চোন তেনে কোনো দিৱসৰ বিষয়ে নাজানো ভেলেন্তাইন দে,,,🫠! ই কি প্ৰেমৰ দিৱস,,,? ভালপোৱা অকল মাথো এই দিনটোতে হয়,,,! মইটো নাভাবো, তোমাক ভাল পাবলৈ নিৰ্দিষ্ট কিবা দিৱসৰ প্ৰয়োজন হ'য় বুলি। তোমাক ভালপাওঁ বুকু ভৰি,❤️🩹🫶সঁচা আবেগেৰে তুমি বুজিলেও, নুবুজিলেও, তুমি জানিলেও, নাজানিলেও মোৰ ভালপোৱা একেই😘✨ একেই থাকিব আজিৰ দৰেই আজীৱন।🫰👌 যেতিয়া দুখন হৃদয়ৰ মিলন হ'য় তেতিয়া প্রতিটো দিনেই প্ৰেমৰ হয়।❤️🩹🫂🫰 কিনো আছে এই প্ৰেমৰ দিৱসত,,, যদিয়ে নাথাকে মৰম, বিশ্বাস ভালপোৱাৰ মাজত💔💖 তুমি মোক বুজা, মই তোমাক বুজিম ইয়াতকৈনো আৰু কি লাগে প্রতিশ্রুতি দিবলৈ🤗🌸 বিশেষ দিন। সম্পৰ্কটো মিঠা হোৱাৰ প্ৰয়োজন😘 চকলেট উপহাৰ দিলে জানো সম্পর্ক মিঠা হয়?🎀🥀 সময় দিয়াচোন অকণ, মৰম দিয়া অকণ লাহে লাহে লাহে নজনাকৈয়ে মিঠা হৈ পৰিব সম্পৰ্ক।💝❤️🩹🫂👌 নালাগে সঁচাকৈ মোক বিশেষ দিন তোমাক ভালপাবলৈ, তুমি থকা মানেই প্রতিটো দিনেই হৈ পৰে বিশেষ💝🫂。(~ ̄³ ̄)~(~ ̄³ ̄)~(~ ̄³ ̄)~ ✨🌸ক্ষন্তেকৰ চিনাকীৰ আপোন🌸🫂🥰 মানুহ লগ পোৱা বেছি দিন। হোৱাই নাছিল বিদায় বেলাত আহি উপস্থিত হ'ল। লাহে লাহে মন মিলিছিল কথা বোৰৰ আলোচনা হৈছিল🤗 সপোনবোৰৰ নজনা বহুতো কথাই শিকিব পাৰিলোঁ নুবুজা বহুত কথাই আপোনাৰ পৰা জানিব পাৰিলো মনে বিচৰা নাছিল আপোনাক বিদায় দিয়াৰ কিন্তু সময় যে গতিশীল আৰু আমি সময়ৰ লগত! বহু কথাই থাকি গ'ল বহু কাম আধৰুৱা হৈ ৰ'ল বিদায় বেলাত একো যাচিব💐 নোৱাৰিলো তথাপিও নতুন যাত্রা পথৰ আগুৱাই যাবলৈ শুভেচ্ছা থাকিল💐🥰 আশা থাকিল ভৱিষ্যতেও এতিয়াৰ দৰেই যেন সঁহাৰি পাওঁ☺️🎁 ভাল লাগিল বিদায় বেলাত মোক জচা মৰমৰ অমূল্য উপহাৰটো। আজীৱন থাকি যাব লগ পোৱা দিনকেইটাৰ স্মৃতি আৰু এনেদৰেই যেন ৰয় এই এনাজৰী🥰🎁🫂🙏🌼