App logo

RIC Sarma

@mr.chocolaty

36

friends

Mangaldai ⚔️ Guwahati 🏘️ Commercian📚 Cosmic artist 🌃 Only good vibes,No more bad vibes 🤪 ৰঙীন সপোনবোৰ যেতিয়া দেখিবলৈ লৈছিলো ভাবিছিলো সচাকৈয়ে এদিন দিঠক হব ৷ সপোনবোৰ সঁচা হব ৷ কিমান যে আশা আকাংক্ষা আছিল এইবোৰক লৈ ৷ সেয়েই কিজানি আকাশ চুৱলৈও দুহাত মেলিছিলো ৷ গধুলিৰ জোনাকতেই জীৱনৰ মাদকতা বিচাৰি পাইছিলো ৷ জীৱন ইমান সহজ নাছিল মই ভবাৰ দৰে ৷ সেয়েই হয়তো মেঘচপৰাকো অবজ্ঞা কৰিছিলো যিটুকুৰাই অহৰহ সৰুবাই আছিল ভালপোৱাৰ বৰষাজাক ৷ সেই ফাগুনী পচোৱাজাক, যিয়ে কঢিয়াই আনিছিল ভালপোৱাৰ নিত্য নতুন বতৰাবোৰ ,মই কাণসাৰ কৰা নাছিলো ৷ আকাশ, জোনাকৰ বাবেই যে মাতাল আছিলো ৷ আজি সুধিছে মঘচপৰাই , আতৰি যাম বুলিয়েই কলে নতুন লক্ষ্যহীন ঠিকণা লৈ ৷ মই বুকু ফালি দেখুৱাই দিলো সেই বৰষাজাকৰ বাবে বুকুত লহপহকৈ বাঢি অহা ভালপোৱাৰ সেউজী শস্যডৰা … ক্ৰমশ মই বৰষাজাকৰ বাবে লিখিবলৈ লৈছো, ক্ৰমশ: পচোৱাজাকৰ বাবেই মাতাল হব লৈছো ৷ এয়াচোন অজানা অনুভুতি … এক প্ৰতিশ্ৰুতি… সদায়েই ৰক্ষা কৰাৰ… 💕🌞💕 |Nostalgia| I wish I could remember that first day, First hour, first moment of your meeting me, If bright or dim the season, it might be Summer or Winter for aught I can say; So unrecorded did it slip away, So blind was I to see and to foresee, So dull to mark the budding of my tree That would not blossom yet for many a May. If only I could recollect it, such A day of days! I let it come and go As traceless as a thaw of bygone snow; It seemed to mean so little, meant so much; If only now I could recall that touch, First touch of hand in hand – Did one but know!