Clubhouse logo

♪ άάίήù ✓

@mom_loves

899

friends

╔═══════💗 মনৰ অনুভৱ💗 ════════╗ ☞︎︎︎✍︎প্ৰায় প্ৰতিজনৰে মোবাইলত এনেকুৱা এটা নম্বৰ থাকে ,যিটো Delete কৰিবলৈ মন নাযায় আৰু যিটোত ফোন কৰাৰো অধিকাৰ হেৰাই যায়🥀 ☞︎︎︎✍︎মা হৈছে একমাত্ৰ ব্যক্তি যি তোমাৰ বাবে হাজাৰটা উজাগৰী নিশা কটাইছে আৰু হাজাৰটা উজাগৰী নিশা কটাবলৈ সকলো সময়তে সাজু আছে♥️🌍🔐 ☞︎︎︎✍︎জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে 💛🌍 ☞︎︎︎✍︎ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি , কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি😔 ☞︎︎︎✍︎জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা💜