App logo

লুইতনীল ডেকা

@luitneel

98

friends

লক্ষিমপুৰ❤ শিৱসাগৰ❤ প্ৰয়োজন নে আৱশ্যক সেইয়া নাজানো ! সংগ্ৰামবোৰ কৰি, হতাশ হৈ আহি কাৰোবাক কথাবোৰ ক’বলৈ কেতিয়াবা মন যায় ৷ ব্যস্ত থকা যায় কিন্তু কেতিয়াবা ব্যস্ততাইয়ো মন অস্থিৰ কৰি তোলে ৷ সেই সময়তে ডায়েৰীখনে শব্দ মালিতাৰে প্ৰাধান্য পায়!!🌿