হৃদয় পিপাসু
@hridaypipasu
192
friends
মানুহে নিয়ম সৃষ্টি কৰে, মানুহেই নিয়ম ভাঙে... কিন্তু সময়ত সকলোৰে লগত নিয়ম ভিন্ন হৈ যায়।।। "লাও সদায় পাতৰ তলত" আৰু "কন্যা সন্তান বোজা, শাপগ্ৰষ্ট ।" সমগ্ৰ নাৰীসত্তাক ক্ষত-বিক্ষত কৰা পুৰুষতান্ত্ৰিক সমাজৰ এনে মন্তব্যবোৰ..... সেই সকল পুৰুষ, শুনা...... অন্ধকাৰৰ পৃথিৱী নেওচি আহা আকোঁৱালি লও মমতাৰ সাৰথি, কাৰণ, ভাগ্যৰে তোমালোক পুৰুষ আৰু সৌভাগ্যৰে তেওঁলোক নাৰী।। আচলতে সমাজ তথা সভ্যতাৰ প্ৰগতিৰ মাপকাঠি প্ৰকৃতাৰ্থত সেইখন সমাজৰ নাৰী সমাজৰ বিকাশৰ সৈতে জড়িত হৈ থাকে.. ভৱিষ্যত প্ৰজন্মৰ উত্তৰনৰ বিষয় টোও নাৰী সমাজৰ সৈতেই জড়িত.... য'ত জীৱ আছে তাত নাৰী আছে, য'ত জীৱন আছে তাত নাৰীৰ সম্পৰ্ক আছে.... মমতাত মাতৃ, সুভাষত ভগ্নী, শৰ্য্যাত ভাৰ্য্যা, তুমি মহিয়সী নাৰী।।।♥️♥️ 🙏🙏🙏🙏