App logo

L X

@gyan33

125

friends

আকৌ এবাৰ তোমাৰ প্রেমত পৰিম তুমি ভাল নাপালেও মই হিয়া উজাৰি দিম আঁতৰে আঁতৰে থাকিবা মোৰ পৰা তুমি মই পিছে তোমাক দুহাত ধৰি প্ৰতিশ্ৰুতি দিম একেদৰে থাকিব তোমাৰ অভিমানবোৰ তুমি খং কৰিলে মই মুঠি ভৰাই মৰম বুটলি আনিম।🥰