App logo

ৰাজকুমাৰ মই

@bojan297

469

friends

নাৰীক সদায় সন্মান কৰো.... মই তোমাৰ প্ৰেমত পৰিছোঁ...💘 তোমাৰ সেই নীলা চকুজুৰিৰ প্ৰেমত...💕 তোমাৰ সেই সোণবৰণীয়া চুলিটাৰিৰ প্ৰেমত...❤️ তোমাৰ হাতৰ সেই কোমল আঙুলিৰ পৰশত প্ৰাণ পাই উঠা হৃদয়স্পৰ্শী কবিতাৰ প্ৰেমত...💞 তোমাৰ কবিতাই মোক সাহস দিয়ে খোজ দিবলৈ জীৱনৰ কাঁইটীয়া বাটত...👣 সচাঁই কৈছোঁ মই তোমাৰ প্ৰেমত পৰিছোঁ.. তুমি মোৰ উশাস, তুমি মোৰ সাহস...🧚‍♀️💝