AYANDEEP GOGOI@ayngogoi1.7Kfriendsadd AYANDEEPভূপালি গধূলি সদায়ে দেখো তোমাৰ সুৰেৰে ধুনীয়া হয়। জোনাকী বিভাৰে মধুময় ৰাতি তোমাৰ অনুৰাগ জিলিকি ৰয়। 🎶🎶🎶